NATURE OF GEOGRAPHY

GEOGRAPHICAL NOTES

Sunday, September 30, 2018

প্ৰশ্ন:- ৰূপক কৃষিৰ বৈশিষ্ট সমূহ লিখা।

প্ৰশ্ন:-  ৰূপক কৃষিৰ বৈশিষ্ট সমূহ লিখা।

উত্তৰ:-  ৰূপক কৃষিৰ বৈশিষ্ট সমূহ তলত আলোচনা কৰা হলঃ
১) ৰূপক কৃষি এক বিজ্ঞান সন্মত আৰু অতি ব্যয় বহুল কৃষি আৰু ইয়াৰ উৎপাদন শিলতা অধিক।
২) ৰূপক কৃষিত এবিধ বিশেষ ধৰনৰ শস্যৰ খেতি কৰা হয়। উদাৰণস্বৰূপে ভাৰতবৰ্ষত চাহৰ কৃষি, ব্ৰাজিলত কফিৰ কৃষি ইত্যাদি।
৩) ৰূপক  কৃষিৰ সাধাৰণতে এক বৃষ্টিৰ্ণ অঞ্চলত কৰা হয়। সাধাৰণতে ৪০ হেক্টৰ অৰ কৈ অধিক কৃষি ভূমিত এই কৃষি কাৰ্য কৰা হয়। আৰু এই কৃষিৰ কৃতকাৰ্যতাই অন্য সৰু সৰু কৃষক সকলক এই বৃত্তি গ্ৰহণ কৰাত অৰিহনা যোগায়। সেয়েহে ডাঙৰ ডাঙৰ চাহ বাগিচা বা অইন পথাৰৰ কাষত সৰু সৰু বাগিচা স্থাপন হোৱাত দেখা যায়।

৪)  এই  কৃষি ত সাধাৰণতে বিদেশিক বিনিয়োগকাৰী থাকে আৰু সেই অঞ্চলৰ বাসিন্দা সকলে শ্ৰমিক হিচাপে কাম কৰে।

৫) ৰূপক কৃষিয়ে জনপ্ৰববজন ত অৰিহনা যোগায়। উপনিবেশিক কালত বাগান সমূহত কাম কৰিবৰ বাবে অইন দেশৰ পৰা শ্ৰমিক সমূহ অনা হৈছিল।


                                                                                                           

No comments:

Post a Comment