প্ৰশ্ন:- ভাৰতবৰ্ষত
কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছিল?
উত্তৰ:-
১৯৭২ চনৰ বন্যপ্ৰাণী শ্ংৰক্ষন আইনে ভাৰতবৰ্ষত চিকাৰ কাৰ্য বন্ধ কৰে। ইয়াৰ্ প্ৰধান কাৰন
হ’ল যে চিকাৰ কাৰ্যৰ ফলত বিভিন্ন বন্যপ্ৰাণীৰ অস্তীত্বৰ ওপৰত ভাবুকি আনে। আনহাতে বিভিন্ন
প্ৰজাতিৰ জীৱ-জন্তু বিলোপ্ত হয় আৰু বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু বিলোপ্তৰ পথলৈ আহে।
সেযেহে ভাৰতীয় চৰকাৰে ভাৰতবৰ্ষত চিকাৰ কাৰ্য বন্ধ কৰে।
জয়দীপ
কলিতা
No comments:
Post a Comment