NATURE OF GEOGRAPHY

GEOGRAPHICAL NOTES

Sunday, September 30, 2018

প্ৰশ্ন:- বানিজ্যিক পশুধন পালনৰ বৈশিষ্ট্য বোৰ লিখা।

প্ৰশ্ন:- বানিজ্যিক পশুধন পালনৰ বৈশিষ্ট্য বোৰ লিখা।                            
উত্তৰ:- বানিজ্যিক পশুধন পালনৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল:-
        ১) বানিজ্যিক পশুধন পালন এক সু-সংগবধ্ব আৰু এক প্ৰচুৰ পৰিমানৰ মুল ধন বিনিয়োগ কাৰি এক উল্লেখ যোগ্য প্ৰাথমিক খণ্ডৰ বৃত্তি।
        ২) সাধৰনতে উন্নত দেশ সমূহত বানিজ্যিক পশুধন পালন কৰা হয়। বৃষ্টিৰ্ণ ঘাহনি অঞ্চলবোৰক সৰু সৰু ভাগত বিভক্ত  কৰি লয়।
        ৩) যেতিয়া এদৰা ঘাহনি শেষ হয়, তেতিয়া ওচৰৰ ঘাহনিলৈ লৈ যায়।
        ৪) বানিজ্যিক পশুধন পালনত সাধৰনতে এবিধ বিশেষ প্ৰজাতিৰ জীৱ-জন্তুৰ লালন-পালন কৰা হয়।
        ৫) বানিজ্যিক পশুধন পালন এক বিজ্ঞান সন্মত পদ্বতিত কৰা প্ৰাধমিক খণ্ডৰ বৃত্তি। ইয়াত পশুধন বোৰ যাতে নিৰুগী হয তাৰ বাবে বিভিন্ন ধৰনৰ ব্যাৱস্থা লোৱা হয়। ইহতৰ বংশজনিত উৎকৰ্ষসাধন কৰিবৰ বাবে বংশ শংকৰ আদি ব্যাৱস্থা গ্ৰহন কৰা হয়।

                                                                        জয়দীপ কলিতা

No comments:

Post a Comment