প্ৰশ্ন:- অঘৰী পশু পালন কাক বোলে?
উত্তৰ:- অঘৰী পশু পালন এক আদিম বা পুৰনি কালৰ প্ৰাথমিক খণ্ডৰ বৃত্তি|এই বৃত্তিৰ বৈশিষ্ট হল যে, এই বৃত্তিত পশু পালক সকলে একে লগে বিভিন্ন প্ৰজাতিৰ পশু পালন কৰে আৰু পশুৰ খাদ্যৰ সন্ধানত এখন ঠাইৰ পৰা আন এখন ঠাই লৈ পৰিভ্ৰমন কৰি থাকে।
জয়দ্বীপ কলিতা

No comments:
Post a Comment